ঐ শুনা চোন
মোৰ ভাল লগা বোৰ মই তোমাৰ ভাল লগা কৰিব বিচাৰো।।
মোৰ চিনাকী তোমাৰ নামতে দিব বিচাৰো ।।
আৰু মই বিচাৰো তোমাৰ উসাহতে যেন থমকি ৰয় মোৰ নিশাহ বোৰ ।।

No comments:
Post a Comment