https://rassamesepoem.blogspot.com/?m=1
Love Assamese poem: Assamese love shayari poem তুমিয়োটো মোৰ জীৱনৰ
Love Assamese poem
Assamese and hindai shayari and poem
Tuesday, December 24, 2019
Assamese love shayari poem তুমিয়োটো মোৰ জীৱনৰ
তুমিয়োটো মোৰ জীৱনৰ সমগ্ৰ সত্তা মোৰ সুখ, মোৰ অভিমান, মোৰ সপোন, আশা এই সকলো বোৰ।।
তোমাক মোৰ জীৱনৰ প্ৰতিটো ক্ষণতে কাষত ৰাখিব বিচাৰো।
তোমাৰ অবিহনে মোৰ জীৱন আধৰুৱা।।।
No comments:
Post a Comment
Newer Post
Older Post
Home
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment